मुख्य पृष्ठ

Wiktionaryৰ পৰা

If you are not able to view Assamese properly, please click here

"অসমীয়া গণশব্দকোষ"লৈ স্বাগতম!

অসমীয়া গণশব্দকোষ এখন অসমীয়া অভিধান। ইণ্টাৰনেটত বিনামূল্যে উপলব্ধ এই অভিধানৰ বিশেষত্বসমূহ হৈছে ই "মুক্ত" অৰ্থাৎ সকলোৱে ইয়াত শব্দাৰ্থ যোগ কৰিব পাৰে আৰু বিনামূল্যে অবাধ ব্যৱহাৰ কৰিব পাৰে। ৰাইজৰ দ্বাৰা ৰাইজৰ কাৰণে সৃষ্ট এই অভিধানক সেয়ে "গণশব্দকোষ" বোলা হৈছে।

আহক, আপুনিও ইয়াত যোগদান কৰক। অসমীয়াত লিখিবৰ কাৰণে চফ্টৱেৰ ইয়াত পাব। অন্য চফ্টৱেৰ বা সহায়ৰ কাৰণে ইয়াত চাওক